এখন বিয়াৰ ভোজৰ উপমাৰ বিষয়ে যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক কবলৈ আৰম্ভ কৰিছে।
১৩:২৪ পদত আপুনি কেনেদৰে অনুবাদ কৰিছিল তাক চাওক।
AT: “যিবিলাক মানুহক ৰজাই নিমন্ত্ৰণ কৰিছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)
এখন বিয়াৰ ভোজৰ উপমাৰ বিষয়ে যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক একেৰাহে কৈ আছে।
AT: “চোৱা” বা “শুনা” বা “মই তোমালোকক যি কবলৈ ওলাইছোঁ তাত মনোযোগ দিয়া”
এখন বিয়াৰ ভোজৰ উপমাৰ বিষয়ে যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক একেৰাহে কৈ আছে।
“সেই নিমন্ত্ৰিত অতিথিসকল” (২২:৪)
“তেওঁৰ নিমন্ত্ৰণ অৱহেলা কৰিছিল”
এখন বিয়াৰ ভোজৰ উপমাৰ বিষয়ে যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক একেৰাহে কৈ আছে।
“য’ত ৰাস্তাবোৰ লগ হয়”
এটা ডাঙৰ কোঠা
এখন বিয়াৰ ভোজৰ উপমাৰ বিষয়ে যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক একেৰাহে কৈ আছে।
এখন বিয়াৰ ভোজৰ উপমাৰ বিষয়ে যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক একেৰাহে কৈ আছে।
ধৰ্ম্মীয় নেতাবিলাকে যীচুক ফান্দত পেলাবলৈ চেষ্টা কৰাৰ বৰ্ণনাৰে এইটো আৰম্ভ হৈছে।
“তেওঁলোকে তেওঁৰ বিৰুদ্ধে কিবা কোৱাটো কেনেকৈ ব্যৱহাৰ কৰিব তাৰ কাৰণ বিচাৰি আছিল“
যিহুদীবিলাকৰ ৰজা হেৰোডৰ বিষয়া কৰ্ম্মচাৰী আৰু অনুগামীবিলাক, যিজন ৰোমান সম্ৰাজ্যৰ মিত্ৰ আছিল।(অনুবাদিত নামবোৰ চাওক)
“আপুনি কিছুমান মানুহক বিশেষ আদৰ নেদেখুৱাই” বা “বেছি গুৰুত্বপুৰ্ণ মানুহক আপুনি মনোযোগ দিয়াটো নেদেখুৱাই”
কৰ দিয়া ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।
এদিনৰ মজুৰিৰ ৰোমীয়া মুদ্ৰা(বাইবেলৰ টকা পইচা চাওক)
কৰ দিয়া ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।
“যিবোৰ বস্তু কৈচৰৰ” (বাক্যালঙ্কাৰ চাওক)
“যিবোৰ বস্তু ঈশ্বৰৰ”
বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।
মোচিয়ে শাস্ত্ৰত কি লিখিছিল সেইটো সুধিছিল। আপোনাৰ ভাষাত যদি উদ্ধৃতিৰ ভিতৰত উদ্ধৃতি দিয়া অনুমিত নহয়, এইটো এইদৰে উল্লেখ কৰিব পাৰি: “মোচিয়ে কৈছিল যে যদি এজন মানুহ মৰে...” (বাক্যৰ উদ্ধৃতি চাওক)
সেই মৃত মানুহজনৰ।
বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।
“প্ৰতিজন ভায়েকে তাইক বিয়া কৰোৱাৰ পাছত” বা “প্ৰতি ভায়েক মৰাৰ পাছত”
“ঈশ্বৰে যি কৰিবলৈ সমৰ্থ” বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।
বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।
AT: “মই জানো তোমালোকে এইটো পঢ়িচা, কিন্তু তোমালোকে বুজি পোৱা নাই যেন লাগিছে কি...যাকোব।”(অলঙ্কাৰীক প্ৰশ্ন চাওক)
AT: “ঈশ্বৰে তোমালোকক যি কৈছিল” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)
এইটো উদ্ধৃতিৰ ভিতৰত দিয়া উদ্ধৃতি। “ঈশ্বৰে মোচিক কৈছিল যে তেওঁ, ঈশ্বৰ হৈছে, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ।” (বাক্যৰ উদ্ধৃতি চাওক)
বিধি বিধানৰ ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।
এজন ফৰীচী যিজনৰ মোচিৰ বিধানৰ ওপৰত বোধগম্যতাৰ বিশেষ নিপুণতা আছিল।
বিধি বিধানৰ ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।
বিধি বিধানৰ ক্ষেত্ৰত যীচুৰ মতৰ বিষয়ে ধৰ্ম্মীয় নেতাবিলাকে একেৰাহে তেওঁক ফান্দত পেলাবলৈ চেষ্টা কৰি আছে।
২২:৩৭ এই আদেশবোৰ ভাল পাই।
যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক মছীহৰ বিষয়ে একেৰাহে প্ৰশ্ন কৰি আছে।
যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক মছীহৰ বিষয়ে একেৰাহে প্ৰশ্ন কৰি আছে।
এই “সোঁহাত” খন প্ৰায়ে সন্মানৰ ঠাই বুজাবলৈ ব্যৱহাৰ কৰি হয়। (বাক্যালঙ্কাৰ চাওক)
“তোমাৰ শত্ৰুবোৰক মই জয় নকৰোমানে” (বাক্যাংশ চাওক)
যীচুৱে ধৰ্ম্মীয় নেতাবিলাকক মছীহৰ বিষয়ে একেৰাহে প্ৰশ্ন কৰি আছে।